Kio Mon Beya Hoise (outro)
Similar songs
Abeg
A.Vibe03:39
Moi Khetiyok
Minimi03:21
Khati Gs
Zin03:01
Kok Geisa
Diganta Bharati03:11
Seltai Dim
Wild Shooter02:48
Deleted 4
Shravann02:48
Dill Deewani
Nibir Diganta08:22
Ekhomoyot
D VIBE$02:59
Paap
DETROIT DYG02:31
Nalage Tuk
NOTXOFAR03:32
Similar Songs
Abeg
A.Vibe
Moi Khetiyok
Minimi
Khati Gs
Zin
Kok Geisa
Diganta Bharati
Seltai Dim
Wild Shooter
Deleted 4
Shravann
Dill Deewani
Nibir Diganta
Ekhomoyot
D VIBE$
Paap
DETROIT DYG
Nalage Tuk
NOTXOFAR
About song
Album: Upohar
Genre :Hip Hop
3 Plays
Music: Dianasty.
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah
কিনো হল (কিনো হল)
Dianasty
কিনো হল যে তোমাৰেই
কিয় মন বেয়া হৈছে
কিনো হল যে তোমাৰেই
কিয় মন বেয়া হৈছে
কিহে আমনি কৰিছে
কিহে কষ্ট দিছে তোমাক
কোৱা মোক তুমি এবাৰ
সাহস দিম মই তোমাকেই
তোমাৰ মাত শুনিবলে
Call মই কৰিছিলোঁ
তোমাৰ মন কিয় বেয়া
জানিব বিচাৰিছোঁ
মনত কৰিছোঁ তোমাকে
তুমি কিয়যে দুৰতে
মনত কৰিছোঁ তোমাকে
তুমি কিয়যে দুৰতে
এতিয়া মই ভাবনতে
বিলীন হৈ নিশাতে
ভাবিছোঁ কিনো কৰিলোঁ
বহু ভয় মোৰ লাগিছে, লাগিছে
মই মাথোঁ চাব বিচাৰোঁ
হাঁহি তোমাৰ মুখতে
মই মাথোঁ চাব বিচাৰোঁ
হাঁহি তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে